চাকৰি

বিএছএনএলত সঞ্চালকৰ খালীপদ পূৰণৰ বাবে আবেদন আহ্বান

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

Sentinel Digital Desk

ভাৰত সঞ্চাৰ নিগম লিমিটেডে (বিএছএনএল) শেহতীয়াকৈ এজন সঞ্চালকৰ খালী পদৰ নিযুক্তিৰ বাবে  আবেদন বিচাৰিছে । আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম -সঞ্চালক ।

নিযুক্তিৰ স্থান- ভাৰতত ।

দৰমহা- প্ৰতি মাহে ৭৫,০০০/- টকাৰ পৰা ১,০০,০০০টকা।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ০১/১১/২০২১ ।

বয়সৰ উৰ্ধসীমা -৪৫ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকীয়ে যিকোনো স্বীকৃততিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা বি.ই./বি.টেক সম্পূৰ্ণ কৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন ৰাজহুৱা উদ্যোগ বাছনি ব'ৰ্ড, ৰাজহুৱা উদ্যোগ ভৱন, খণ্ড নং ১৪, চিজিঅ' কমপ্লেক্স, লোধী ৰোড, নতুন দিল্লীলৈ প্ৰেৰণ কৰিব লাগিব – ১১০০০৩ ।