চাকৰি

নামৰূপৰ বি. ভি. এফ. চি. এলত ৬০ ট্ৰেড প্ৰশিক্ষাৰ্থীৰ পদখালী

Sentinel Digital Desk

ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম সীমিতৰ নিযুক্তি ২০২১ অধিসূচনা :

বি ভি এফ চি এলে প্ৰশিক্ষাৰ্থী অধিনিয়ম ১৯৬১ৰ অধীনত বিভিন্ন বিভাগত ১৭গৰাকী ট্ৰেড প্ৰশিক্ষাৰ্থীৰ নিযুক্তিৰ বাবে পদৰ বিজ্ঞাপন মুকলি কৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে www.apprenticeship.gov.in যোগে অনলাইন আবেদন কৰিব পাৰিব।

নিযুক্তি কৰ্তৃপক্ষ : বি. ভি. এফ. চি. এল. নামৰূপ। 

আবেদন প্ৰক্ৰিয়া : অনলাইন

আবেদনৰ অন্তিম তাৰিখ : ২৪/১১/২০২১

পদৰ নাম : ব্যৱসায় প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা : ১৭

• ব্যৱসায় প্ৰশিক্ষাৰ্থী - ইলেকট্ৰিছীয়ান

খালী পদৰ সংখ্যা : ০২

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ইলেকট্ৰিছীয়ান)

• ব্যৱসায় প্ৰশিক্ষাৰ্থী - ৱায়াৰমেন

খালী পদৰ সংখ্যা : ০১

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ৱায়াৰমেন)

• ব্যৱসায় প্ৰশিক্ষাৰ্থী - ফিটাৰ

খালী পদৰ সংখ্যা : ০২

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ফিটাৰ)

• ব্যৱসায় প্ৰশিক্ষাৰ্থী - ইলেক্ট্ৰনিক্স মেকানিক

খালী পদৰ সংখ্যা : ০২

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ইলেক্ট্ৰনিক্স মেকানিক)

• ব্যৱসায় প্ৰশিক্ষাৰ্থী - ড্ৰাউটছমেন (মেকানিকেল)

খালী পদৰ সংখ্যা : ০১

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ড্ৰাউটছমেন (মেকানিকেল))

• ব্যৱসায় প্ৰশিক্ষাৰ্থী - মেকানিক্স

খালী পদৰ সংখ্যা : ০২

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (মেকানিক্স)

• ব্যৱসায় প্ৰশিক্ষাৰ্থী - ৱেল্ডাৰ

খালী পদৰ সংখ্যা : ০২

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ৱেল্ডাৰ)

• ব্যৱসায় প্ৰশিক্ষাৰ্থী - ফিটাৰ

খালী পদৰ সংখ্যা : ০৩

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ফিটাৰ)

• ব্যৱসায় প্ৰশিক্ষাৰ্থী - ৰিফ্ৰিজেৰাটৰ আৰু এয়াৰ কণ্ডিচনিং মেকানিক

খালী পদৰ সংখ্যা : ০১

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ৰিফ্ৰিজেৰাটৰ আৰু এয়াৰ কণ্ডিচনিং মেকানিক)

• ব্যৱসায় প্ৰশিক্ষাৰ্থী - মেকানিক ডিজেল

খালী পদৰ সংখ্যা : ০১

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (মেকানিক ডিজেল )

বয়স : নূন্যতম ১৮বছৰ আৰু অধিকতম ২৪বছৰ, (৩১/০৩/২০২১ৰ মতে)

বয়সৰ ৰেহাই :

• অনুসূচিত জনজাতি/ জাতি : ০৫বছৰ

• অ.বি.চি. : ০৩বছৰ

• বিকলাংগ : ১০বছৰ

• বিকলাংগ (অনুসূচিত জনজাতি/ জাতি ) : ১৫বছৰ

• বিকলাংগ (অ.বি.চি) : ১৩বছৰ

অৰ্হতা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা ডিগ্ৰীধাৰী হ'ব লাগিব । নিয়মীয়া পাঠ্যক্ৰমত OBC আৰু জেনেৰেল প্ৰাৰ্থীসকলে ৫০% নম্বৰৰে উত্তীৰ্ণ হ'ব লাগিব । সংৰক্ষিত শ্ৰেণী (SC/ST/PwBD) ৰ ক্ষেত্ৰত ৪৫% নম্বৰ ধাৰ্য কৰা হৈছে ।

বাছনি প্ৰক্ৰিয়া :

• প্ৰাৰ্থী সকলে www.apprenticeship.gov.in দ্বাৰা পঞ্জীয়ন কৰিব লাগিব।

• প্ৰাৰ্থীৰ বাছনিকৰণ দশম শ্ৰেণীৰ সৰ্বমুঠ নম্বৰৰ শতাংশ + সন্মানীয় বিভাগত ITI আৰু ব্যক্তিগত সাক্ষাৎকাৰৰ ওপৰত নিৰ্ধাৰিত কৰা হ'ব।

• প্ৰাৰ্থীয়ে প্ৰি- এম্প্লয়মেণ্ট মেডিকেল ফিটনেছ টেষ্ট পাছ কৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থী সকলে www.apprenticeship.gov.in যোগে অনলাইন আবেদন কৰিব পাৰিব।