চাকৰি

CAG-ত গাণনিক/হিচাপ পৰীক্ষক, ক্লাৰ্কৰ পদ খালী

Sentinel Digital Desk

ভাৰতৰ মহাগাণনিক আৰু হিচাপ পৰীক্ষক(CAG)-এ গাণনিক/হিচাপ পৰীক্ষক আৰু সহায়ক (ক্লাৰ্ক) নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদমূহঃ 

১) গাণনিক/হিচাপ পৰীক্ষক

খালী পদৰ সংখ্যাঃ ১২৫টা। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ন্যূনতম স্নাতক ডিগ্ৰী। 

দৰমহাঃ মাহিলী ৫, ২০০ টকাৰ পৰা ২০, ২০০টকা। 

বয়সৰ সীমাঃ ১৮-ৰ পৰা ২৭ বছৰ। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব। 

২) সহায়ক (ক্লাৰ্ক)

খালী পদৰ সংখ্যাঃ৭৪ টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। 

দৰমহাঃ মাহিলী ৫, ২০০ টকাৰ পৰা ২০, ২০০টকা।

বয়সৰ সীমাঃ ১৮-ৰ পৰা ২৭ বছৰ। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-১১-২০২১। 

ৱেবছাইটঃ https://cag.gov.in/en। 

প্ৰাৰ্থী বাছনি লিখিত পৰীক্ষা, সাক্ষাতকাৰ আদিৰ ভিত্তিত হব।