খালী পদৰ সংখ্যাঃ ১টা।
বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৬বছৰ।
দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮,৭০০টকা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০।
প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।
আবেদন প্ৰক্ৰিয়াঃ নিৰ্ধাৰিত প্ৰ-পত্ৰ( অৱশিষ্ট-২) সম্পূৰ্ণকৈ পূৰণ কৰি Secretary (Films), Ministry of Information and Broadcasting, A-Wing, Shastri Bhavan, New Delhi-l10001 লৈ প্ৰেৰণ কৰিব লাগিব।
সবিশেষ জানিবলৈ https://mib.gov.in/ চাওক।