কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত নিয়োগ ,২০১৯
পদবী নাম -জুনিয়ৰ প্ৰজেক্ট টেকনিচিয়ান।
অৰ্হতা - ডিপ্লোমা অথবা বি ই / বি টেক ( ফুড,বেকাৰী, মেকানিকেল ইঞ্জিনীয়াৰিং)
দৰমহা : ৭২০০ /প্ৰতি মাহে
অভিজ্ঞতা : ১/ ২ বছৰ
পদবীৰ সংখ্যা : ০১
আবেদনৰ শেষ সময় : ৬ ডিচেম্বৰ ,২০১৯
যোগাযোগ কৰিব পাৰে: ডঃ প্ৰকাশ কুমাৰ নায়ক
Pk.nayok@cit.ac.in
৭০০৮০১৭২৮৬
অধিক জনাৰ বাবে ; ক্লিক কৰক