চাকৰি

চি আৰ পি হাস্পতালত বিশেষজ্ঞ চিকিত্সা বিষয়া নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৬৯টা।

বয়সৰ সীমাঃ ৭০ বছৰতকৈ কম।

দৰমহাঃ মাহিলী ৮৫ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ দেশৰ বিভিন্ন স্থানত।

প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাতকাৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০-১৬-০৯-২০২০।

আবেদনৰ নিয়মঃ আবেদনৰ নিয়মাৱলী জানিবলৈ www.crpf.gov.in-চাওক।