খালী পদৰ সংখ্যাঃ ১৫৮টা।
দৰমহাঃ মাহিলী ২৯হেজাৰ দুশ টকাৰ পৰা ১,২৫,০০০টকা।
নিযুক্তিৰ স্থানঃ ভূপাল।
বয়সৰ সীমাঃ ৩১-০৮-২০২০ত ২৫ৰ পৰা ৩০বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।
আবেদনৰ মাচুলঃ এশ টকা। এছ চি, এছ টি আৰু মহিলা প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।
ঠিকনাঃ DIGP, Group Centre, CRPF, Bhopal, Village-Bangrasia, Taluk-Huzoor, District-Bhopal, M.P.-462045" Note: No TA/DA will be allowed to the candidates for their journey to attend the test.
প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীক টি এ-ডি এ দিয়া নহব। তেওঁলোকে নিজা খৰচত আহিব লাগিব।
আৰু পঢ়িব পাৰেঃ চি আৰ পি এফত সহকাৰী উপ-পৰিদৰ্শক নিযুক্তি