চাকৰি

চি আৰ পিত ফিজিঅ'থেৰাপিষ্ট-পৰিপুষ্টিবিদৰ পদখালী

Sentinel Digital Desk

সবিশেষঃ

ফিজিঅ'থেৰাপিষ্টঃ

খালী পদৰ সংখ্যাঃ ৫টা।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

দৰমহাঃ মাহিলী ৫০ হেজাৰৰ পৰা ৬০ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বিশ্ববিদ্যালয় বা বিদেশী বিশ্ববিদ্যালয়ৰ অধীনত ফিজিঅ'থেৰাপিৰ স্নাতকোত্তৰ ডিগ্ৰী(এম পি টি- স্পৰ্টছ)ধাৰী হব লাগিব।

বয়সৰ সীমাঃ ৪০ বছৰ।

পৰিপুষ্টিবিদ

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

বয়সৰ সীমাঃ ৫০ বছৰ।

দৰমহাঃ মাহিলী ৫০ হেজাৰৰ পৰা ৬০ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ নিউট্ৰিচনৰ এম এছ চি বা নিউট্ৰিচন এণ্ড ডায়েটিকচৰ পি জি ডিপ্লমা থকা হব লাগিব।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে কেৱল igtrg@crpf.gov.in-ৰ জৰিয়তে আবেদন জনাব পাৰিব। আবেদন ২৫ জুন, ২০২১ৰ ভিতৰত জনাব লাগিব। Training Directorate, CRPF, East Block-10, Level-7, Sector-1, R.K.Puram, New Delhi-110066-ত সাক্ষাতকাৰ অনুষ্ঠিত হব পাৰে।