মাজুলীৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০
মাজুলীৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ খালী পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
পদৰ নাম: জুনিয়ৰ এচিচটেন্ট
পদৰ সংখ্যা:০১ (UR)
দৰমহা : (PB-II), ১৪,০০০-৬০,৫০০/- + GP- ৬,২০০/- টকা
শিক্ষাগত অৰ্হতা: স্নাতক
পদৰ নাম : কপিইষ্ট
পদৰ সংখ্যা: ০১ (UR)
দৰমহা: ১৪,০০০-৬০,৫০০/- + GP- ৬,২০০/- টকা
শিক্ষাগত অৰ্হতা: স্নাতক
পদৰ নাম : প্ৰচেচ চাৰ্ভাৰ
পদৰ সংখ্যা: ০১(UR)
দৰমহা: ১২,০০০-৩৭,৫০০/- + GP- ৩,৯০০/- টকা
শিক্ষাগত অৰ্হতা: এইচ. এচ. এল. চি আৰু সমপৰ্যায়।
বয়স সীমা: ১৮ ৰ পৰা ৪৪ বছৰ (০১/০১/২০২০) SC/ST/OBC/MOBC প্ৰাৰ্থী ৰ বাবে বয়স ৰেহাই কৰা হব ।
প্ৰাৰ্থী সকলে পৰীক্ষাৰ এডমিট কাৰ্ড সমূহ মাজুলীৰ উপায়ুক্তৰ কাৰ্য্যালয়, মাজুলীৰ পৰা সংগ্ৰহ কৰিব লাগিব।
ঠিকনা: Office of the Deputy Commissioner, Majuli, P.O. Garmur, PIN. 785104.
আবেদনৰ শেষ তাৰিখ- ২৫/০২/২০২০, ৫:০০ বজালৈ।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :Click Here
অন্য খবৰৰ বাবে পঢ়ক : অসম ৰুৰেল ইনফ্ৰাষ্টাকচাৰ আৰু এগ্ৰিকালচাৰ চাৰ্ভিচ চোচাইটিত নিযুক্তি,২০২০