চাকৰি

প্ৰতিৰক্ষা মন্ত্ৰালয়ত ফ'ৰমেনৰ পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

Sentinel Digital Desk

প্ৰতিৰক্ষা মন্ত্ৰালয়নিয়োগ ২০২১ - ফ'ৰমেনৰ পদ খালী 

প্ৰতিৰক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ ফ'ৰমেন খালী পদৰ নিযুক্তিৰ বাবে চাকৰিৰ জাননী দিছে।  প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম - ফ'ৰমেন ।

খালী পদ -২৬ টা ।

অৱস্থান- সমগ্ৰ ভাৰতত ।

দৰমহা-৪৪,৯০০ টকা – ১,৪২,৪০০/- টকা প্ৰতি মাহে ।

আবেদনৰ অন্তিম তাৰিখ- ২৭/১০/২০২১ ।

বয়স উল্লেখ কৰা হোৱা নাই ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া- আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন "ইণ্টিগ্ৰেটেড হেডকোৱাৰ্টাৰ, প্ৰতিৰক্ষা মন্ত্ৰালয়(নৌসেনা), নৌ-অস্ত্ৰ-শস্ত্ৰ পৰিদৰ্শন সঞ্চালকালয় (ডিজিএনএআই) (কমাণ্ডাৰ(এনএআই)-এএছএম), পশ্চিম খণ্ড-৫, উইং-১, প্ৰথম মহলা, আৰ কে পুৰম, নতুন দিল্লী-১১০০৬৬"লৈ প্ৰেৰণ কৰিব লাগিব।