চাকৰি

উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত নিযুক্তি ২০২০

Sentinel Digital Desk

উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত নিযুক্তি ২০২০

অসম চৰকাৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা খালি পদসমূহ পূৰণৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: এডমিনিস্ট্রেটিভ অফিচাৰ

পদৰ সংখ্যা: ০১

দৰমহা: ২২,০০০/-ৰ পৰা ৯৭,৫০০/+ ১১,৫০০/-গ্ৰেড পে প্ৰতি মাহ

অৰ্হতা: স্নাতক, লগতে ১৫ বছৰ যিকোনো উপায়ুক্তৰ কাৰ্য্যালয়ত কৰ্মৰত অভিজ্ঞতা

নিৰ্বাচন প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থী সকলে আবেদনসমূহ প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ট্ৰেজাৰী চালান ২৫০/- টকা সাধাৰণ শ্ৰেণীৰ বাবে, ১৫০/- টকা এছ ছি/ এছ টি প্ৰাৰ্থীৰ আবেদনৰ মাচুলৰ বাবে ট্ৰেজাৰী অধীনত 0070 হেড একাউন্টত জমা কৰিব লাগিব।

শেষ তাৰিখ: ৩১/০৩/২০২০

সৱিশেষ জানিবলৈ: click here