চাকৰি

গোৱালপাৰা উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

Sentinel Digital Desk

গোৱালপাৰা উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

অসম চৰকাৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় গোৱালপাৰা ডিজাস্টাৰ মেনেজমেন্টে ইচ্ছুক প্ৰাৰ্থীৰ পৰা ফিল্ড অফিচাৰ (ডিজাস্টাৰ মেনেজমেন্টে)২০২০, In Pursuance Of The Govt. Letter No.ASDMA.100/2017/103 Dated 13st June 2018 From The Joint Secretary & State Project Coordinator, Assam State Disaster Management Authority, Dispur, Guwahati, Assam

ইচ্ছুক আবেদনকাৰী সকলক ফিল্ড অফিচাৰ (ডিজাস্টাৰ মেনেজমেন্টে) পদৰ বাবে চুক্তিভিত্তিত লক্ষীপুৰ দুধনৈ মটিয়া ৰেভিনিউ চাৰ্কল গোৱালপাৰা জিলালৈ আমন্ত্রণ জনোৱা হব।

পদৰ নাম: ফিল্ড অফিচাৰ

পদৰ সংখ্যা: ০৩

দৰমহা: ২০,০০০/- প্ৰতি মাহ

বয়স:২১ ৰ পৰা ৩৫ বছৰ (১ জানুৱাৰী ২০২০ ) ST/SC প্ৰাৰ্থী ৰ বাবে ৰেহায়।

শিক্ষাগত অৰ্হতা: বিজ্ঞান শাখা ত স্নাতক / পৰিসংখ্যা/ ভূগোল/ পৰিৱেশ বিজ্ঞান/ ভূতাত্ত্বিক বিজ্ঞান ত বিষয় অথবা চিভিল ইন্জিনিয়াৰিং/আৰ্কিটেকচাৰত ডিপ্লোমা।

কম্পিউটাৰৰ জ্ঞান, বি চি এ (BCA)/ কম্পিউটাৰ বিজ্ঞান।

শেষ তাৰিখ: ০৫/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here