চাকৰি

গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ত ৰাজহ চিৰস্তাদাৰ নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ২২ হেজৰা টকাৰ পৰা ৯৭হেজাৰ টকা। গ্ৰেড পে ১১,৫০০টকা।

নিযুক্তিৰ স্থানঃ গোৱালপাৰা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৯-২০২০।

আবেদনৰ নিয়মঃ শিক্ষাগত অৰ্হতাকে ধৰি আনুসংগিক নথিপত্ৰৰ প্ৰতিলিপিসহ আবেদন পত্ৰ গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ত জমা দিব লাগিব।