চাকৰি

ধেমাজিৰ জিলা আইন সেৱা প্ৰাধিকৰণত নিযুক্তি ২০২০

Sentinel Digital Desk

ধেমাজিৰ জিলা আইন সেৱা প্ৰাধিকৰণত নিযুক্তি ২০২০

ধেমাজিৰ জিলা আইন সেৱা প্ৰাধিকৰণত ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰৰ এটা পদত প্ৰাৰ্থী নিয়োগ কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰ

শিক্ষাগত অৰ্হতা: বি এ/ বি এছ চি/ বি কম, কম্পিউটাৰত ছমহীয়া ডিপ্লোমা/ চাৰ্টিফিকেট। এম এছ অফিচ, ইন্টাৰনেট আৰু ই মেইল আইডিত পৰ্যাপ্ত জ্ঞান থকা দৰকাৰ।

দৰমহা: ২০,০০০/- টকা প্ৰতি মাহ

প্ৰাৰ্থীয়ে সবিশেষ জানিবলৈ ৱেবছাইট dhemajijudiciary.gov.in ৰ সহায় লব পাৰিব।

সাক্ষাৎকাৰৰ তাৰিখ: ২১/০২/২০২০

সবিশেষ জানিবলৈ : click here