চাকৰি

অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১২৮টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

বয়সৰ সীমাঃ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ০১-০১-২০২০ত ১৮ৰ পৰা ৩৮ বছৰ। অৱশ্যে প্ৰাৰ্থীয়ে তিনি বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৭-২০২০।

সবিশেষ জানিবলৈ www.dhs.assam.gov.in চাওক।