ডি.এইচ.এচ ত কামৰূপ(এম) নিযুক্তি ২০২০:
নিযুক্তি ২০২০:
১) মেডিকেল অফিচৰ
পদখালী: ০১
বয়স: ৬০ বছৰ
শিক্ষাগত অর্হতা: এম বি বি এছ
অভিজ্ঞতা: অভিজ্ঞতাসম্পন্ন নহলেও হব
দৰমহা: ৫০,০০০/-
২) স্টাফ নার্চ
পদখালী: ০১
বয়স: ৪৩ বছৰ
শিক্ষাগত অর্হতা: বি.এচ.চি ডিগ্ৰী লগতে জি.এন.এম হব লাগিব
অভিজ্ঞতা: অভিজ্ঞতাস্ম্পন্ন নহলেও হব
দৰমহা: ১৮,০০০
সাক্ষাৎকাৰৰ তাৰিখ: ৩১ মে',২০২০
স্থান: গুৱাহাটী
অধিক জানিবৰ বাবে : click here