চাকৰি

অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ নাৰ্ছ নিযুক্তি

অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

পদৰ নামঃ ষ্টাফ নাৰ্ছ

খালী পদৰ সংখ্যাঃ ৬৪০টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে অ' বি চি প্ৰাৰ্থীয়ে ৩ বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

ঠিকনাঃ Directorate of Health Services Assam, Hengrabari. Guwahati. Assam. 781036.

সময়ত www.dhs.assam.gov.in-ত সবিশেষ উপলব্ধ কৰা হ'ব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৭-২০২০। 

আবেদন জনাবলৈ www.dhs.assam.gov.in চাওক।.