চাকৰি

আই চি ইউ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন আহ্বান

অসমৰ চিকিত্সা শিক্ষা সঞ্চালকালয়ে আই চি ইউ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১২৫টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০।

সবিশেষ জানিবলৈ https://dme.assam.gov.in/sites/default/files/swf_utility_folder/departments/dme_lipl_in_oid_8/menu/document/advertisement-staff_nursecritical_care_icu_technician.pdf চাওক।