চাকৰি

কামৰূপৰ জিলা ন্যায়পালিকাত পদখালী

Sentinel Digital Desk


জিলা ন্যায়পালিকা কামৰূপ, আমিনগাঁওত, গাড়ীচালকৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : ড্ৰাইভাৰ

খালী পদৰ সংখ্যা : ০১ টা

দৰমহা : ১৫,০০০ মাহিলী

বয়স : ১৮ - ৪০ বছৰ

অৱস্থান : কামৰূপ, অসম

অন্তিম তাৰিখ : ০৭/০৯/২০২১

আবেদন প্ৰক্ৰিয়া : অফলাইন

অৰ্হতা : • এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। কোনো মেট্ৰিক উত্তীৰ্ণ লোক এই পদৰ বাবে যোগ্য নহয়।

• প্ৰমাণী বিত্তীধাৰী/ পৰিবহণ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব।

• ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন পত্ৰৰ লগত, শিক্ষাগত মানপত্ৰ, বয়স, জাতি মানপত্ৰ, প্রমাণী নিয়োগ - বিনিময় মানপত্ৰ, বিত্তিধাৰি/ পৰিবহণ ড্ৰাইভিং লাইচেঞ্চ, অভিজ্ঞতা মানপত্ৰ আৰু চৰিত্ৰ মানপত্ৰ আৰু লগতে ৩কপি পাছপৰ্ট ( পাছফালে নিজৰ স্বাক্ষৰ কৰিব) তলৰ ঠিকনাত পঠিয়াব লাগিব।

ঠিকনা : জিলা আৰু সত্ৰ ন্যয়াধীশ, কামৰূপ, আমিনগাঁও।