ডিষ্ট্ৰিক লিগেল চাৰ্ভিচ অথৰিটি , কাৰ্বি আংলং নিযুক্তি ২০২০
পদৰ নাম - ইউ ডি সহকাৰী
পদৰ সংখ্যা -০১
দৰমহা- ১৪,০০০ ৰ পৰা ৪৯,০০০
অভিজ্ঞতা-৫ বছৰ ।
বাচনি প্ৰক্ৰিয়া - সাক্ষাৎকাৰ
কেনেদৰে আবেদন কৰিব - ইচ্ছুক প্ৰাৰ্থীয়ে তলৰ ঠিকনাত আবেদন জনাব পাৰিব-------
The Secretary, District Legal Services Authority, Karbi Anglong, Agriculture Colony, Diphu, Karbi Anglong-782460".
অন্তিম তাৰিখ-৩০-০৬-২০২০
অধিক জানিবৰ বাবে : click here