প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) এপ্ৰেণ্টিছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ।
পদৰ নাম- এপ্ৰেণ্টিছ ।
খালী পদ-৪৮ টা । (গ্ৰেজুৱেট এপ্ৰেণ্টিছ-২ টা ডিপ্লোমা এপ্ৰেণ্টিছ-১৮ টা আইটিআই এপ্ৰেণ্টিছ-২৮ টা)।
স্থানঃ চণ্ডিগড়, মানালী, হিমাচল প্ৰদেশ, তুলা -উত্তৰাখণ্ড, শ্ৰীনগৰ জম্মু-কাশ্মীৰ, লাডাখ ।
দৰমহা - ৭০০০-৯০০০/- টকা (মাহিলী) ।
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৭/১০/২০২১।
বয়সৰ সীমাঃ উল্লেখ কৰা হোৱা নাই ।
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা আইটিআই, ডিপ্লোমা, B.Sc উত্তীৰ্ণ হ'ব লাগিব ।
আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে।
আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আবেদন প্ৰপত্ৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লাগিব ।
আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনাঃ Centre for Artificial Intelligence & Robotics (Director, Defence Geoinformatics Research Establishment (DGRE), Him Parisar, Plot No. 01, Sector 37A, Chandigarh (UT) – 160036।