চাকৰি

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাত জে আৰ এফ মকৰল

Sentinel Digital Desk

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO)-ই জে আৰ এফ মকৰলৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ০৯ টা।

শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ অধীনত বি ই বা বি টেক বা এম ই / এম টেক হব লাগিব। নতুবা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

দৰমহাঃ মাহে ১৫ হেজাৰ টকাৰ পৰা ৩১ হেজাৰ টকা।

বয়সৰ সীমাঃ ২৮ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০ /১০/২০২১।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।