ই.চি.আই.এল.(ECIL) ত নিযুক্তি ২০২০:
পদৰ নাম: টেকনিকেল অফিচাৰ
পদখালী: ৭০ (UR-৩৬, OBC-১৮, SC-১১, ST-০৫)
দৰমহা: ২৩,০০০/-
বয়স: জন্ম হব লাগিব ৩১.০৫.১৯৯০. ৫ বছৰ SC/ST ৰ বাবে আৰু ৩ বছৰ OBC হেৰি কৰি দিয়া হব।
শিক্ষাগত অর্হতা: প্ৰথম বিভাগত উত্তীর্ণ হোৱা হব লাগিব ইঞ্জিনিয়াৰিংত
অভিজ্ঞতা: ১ বছৰৰ
কেনেকৈ আবেদন কৰিব: অর্হতা সম্পন্ন ব্যক্তি সকলে অনলাইন তলৰ ৱেবছাইট টোত গৈ আবেদন কৰিব পাৰিব----www.ecil.co.in
আবেদনৰ অন্তিম তাৰিখ: ১১ জুন, ২০২০
অধিক জানিবৰ বাবে: click here