চাকৰি

কৰ্মচাৰীৰ ৰাজ্যিক বীমা নিগমত পদখালী

Sentinel Digital Desk

কৰ্মচাৰীৰ ৰাজ্যিক বীমা নিগমত বীমাকৰণ স্বাস্থ্য বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : বীমাকৰণ স্বাস্থ্য বিষয়া

খালী পদৰ সংখ্যা : ০১

বয়স : ৪৫বছৰ

দৰমহা : ৫০,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৬/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্তি বিশ্ববিদ্যালয়ৰ পৰা MBBS কৰা হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

• এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহক আগন্তুক ২৬অক্টোবৰ5 ৩০২১ তাৰিখে, পুৱা ১০ - ১১বজাৰ পৰা, কাৰ্য্যালয় কক্ষ, প্ৰশাসনীয় মেডিকেল বিষয়া, ESI আঁচনি, নিম্ন লাচুমিয়েৰ, মেঘালয়, শ্বিলং - ৭৯৩০০১ত, অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ল।

• প্ৰাৰ্থী সকলক নিজৰ লগত প্ৰমাণিক আবেদন, সম্পূৰ্ণ বায়ডাটা শিক্ষাগত আৰু নিজ স্বাক্ষৰ যুক্ত বৃত্তিধাৰী প্ৰমাণপত্ৰ (প্ৰকৃত আৰু প্ৰতিলিপি), জন্মৰ প্ৰমাণ, জাতি মানপত্ৰ, মাৰ্কচিত, পাছপৰ্ট ফটো(২খন) আনিব লাগিব।