চাকৰি

বৈদেশিক মন্ত্ৰালয়ৰ উপ-পাৰপত্ৰ বিষয়া নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৬টা ৷

দৰমহাঃ মাহিলী ৬৭, ৭০০টকাৰ পৰা

২, ০৮, ৭০০টকা ৷

নিযুক্তিৰ স্থানঃ গুৱাহাটী, ৰাইপুৰ, ভূপাল, ডেৰাডুন, মুম্বাই আৰু আহমেদাবাদ ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯/০৭/২০২০ ৷

বয়সৰ সীমাঃ ৫৬বছৰতকৈ অধিক হ'ব নালাগিব।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিত ৷

সবিশেষ জানিবলৈ https://mea.gov.in/Images/amb1/Vacancy_PO_DPO_APO.pdf চাওক।