চাকৰি

সহায়ক নিযুক্তিৰ বাবে নলবাৰী আদালতৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ নলবাৰী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ অহা ২৬ জুনৰ বিয়লি চাৰি বজা।

সবিশেষ জানিবলৈ http://www.nalbarijudiciary.gov.in/Notice%20Board/notice_board_files/recruitment/2020/Advertisement%20for%20the%20Post%20of%20Superintendent%20and%20UDA,%20Family%20Court,%20Nalbari%2012-06-2020.pdf চাওক।