চাকৰি

ভাৰতীয় প্ৰযু্তিবিদ্যা অনুষ্ঠান, গুৱাহাটীত, পদখালী

Sentinel Digital Desk

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : অভিযান্ত্ৰিক প্ৰকল্প সহকাৰী

খালী পদৰ সংখ্যা : ০১

দৰমহা : দৰমহা স্তৰ : ২৮,৫০০ - ১,৩৫০ - ৪২,০০০টকা

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৫/০৯/২০২১

প্ৰকল্পৰ বিষয় : খাদ্য আৰু ৰসায়ন উদ্যোগত মৃৎশিল্প আৱৰণৰ প্ৰয়োগ ( Application of ceramic membarane for food and chemical industry )

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অভিযান্ত্ৰিক/ ৰূপাঙ্কণ বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ (বায়ডাতা), সক্ৰিয় ফোন নম্বৰ আৰু ই- মেইল আৰু প্ৰয়োজনীয় নথি পত্ৰ মেইল যোগে প্ৰধান তদন্তকাৰী প্ৰফেছৰ সেণ্ঠিমুৰুগান ছাব্বিআহ, ৰাসায়নিক অভিযন্তা লৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : senthilmurugan@iitg.ac.in

• আগৰে পৰা কৰ্মৰত বিষয়া সকলে নিজৰ NOC joma কৰাটো অনিবাৰ্য নতুবা তেওঁক সাক্ষাৎকাৰত বহিবলৈ দিয়া নহ'ব।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• ১৭ ছেপ্টেম্বৰ ২০২১ তাৰিখে পুৱা ১১বজাৰ পৰা সাক্ষাৎকাৰ আৰম্ভ কৰা হ'ব আৰু এই প্ৰক্ৰিয়া গুগল মিট/ MS টিম যোগে অনুষ্ঠিত কৰা হ'ব।

• বাছনি কৰা প্ৰাৰ্থী সকলক ১৬ ছেপ্টেম্বৰ ২০২১ তাৰিখে, মেইল যোগে ইয়াৰ বিষয়ে অৱগত কৰোৱা হ'ব।