চাকৰি

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নত অধ্যয়ন প্ৰতিষ্ঠান (IASST), পদখালী

Sentinel Digital Desk

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : প্ৰকল্প সহকাৰী

খালী পদৰ সংখ্যা : ০১

বয়স : ২৮বছৰ

দৰমহা : ২০,০০০টকা ( মাহিলী)

ঠিকনা : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ১৯/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থিয়ে ৱেবছাইট জৰিয়তে প্ৰদান কৰা আবেদন পত্ৰ পূৰণ কৰি, উল্লেখিত নথি পত্ৰৰ সৈতে পুনৰ ৱেবচাইট লৈ ০৯/০২০২১ পৰা ১৯/০৯/২০২১তাৰিখত ভিতৰত প্ৰেৰণ কৰিব লাগিব।