চাকৰি

পশু চিকিত্সা বিজ্ঞান মহাবিদ্যালয়ত ০৪ টা প্ৰকল্প সহযোগীৰ পদখালী

Sentinel Digital Desk

পশু চিকিত্সা বিজ্ঞান মহাবিদ্যালয় গুৱাহাটীত পদখালী :

পশু চিকিত্বিসা বিজ্ঞান মহাবিদ্যালয় গুৱাহাটীত উপযুক্ত প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

প্ৰকল্প সহকাৰী ০১

 প্ৰকল্প সহকাৰী ০২

খালী পদৰ সংখ্যা

০২টা

০২টা

বয়স

উল্লেখিত নাই

উল্লেখিত নাই

দৰমহা

৪৭,০০০/- টকা, মাহিলী + HRA

৫৪,০০০/- টকা, মাহিলী + HRA

নিযুক্তিৰ স্থান

গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

২৩/১১/২০২১

ৱেবচাইট

 http://www.vetbifg.ac.in/

শিক্ষাগত অৰ্হতা:

প্ৰকল্প সহকাৰী ০১

# আণৱিক জীৱবিজ্ঞান, জৈৱ প্ৰযুক্তি, সূক্ষ্ম জীৱবিজ্ঞান, পশু বিজ্ঞান বিষয়ত বাME/MTech/ MPharm/ MVSc বিভাগত P. Hd আৰু ৩বছৰীয়া গৱেষণা আৰু উন্নয়নৰ অভিজ্ঞতা, লগতে নূন্যতম এখনি গৱেষণা গ্ৰন্থ চায়েন্স চাইটেচন ইন্দেছেদ (SCI) জাৰ্ণালত প্ৰকাশ কৰা হ'ব লাগিব।

# আণৱিক জীৱবিজ্ঞান আদিৰ দৰে বিষয় সমূহত গৱেষণা অভিজ্ঞতা থকা সকলক প্ৰাধান্য দিয়া হ'ব।

 প্ৰকল্প সহকাৰী ০২

# আণৱিক জীৱবিজ্ঞান, জৈৱ প্ৰযুক্তি, সূক্ষ্ম জীৱবিজ্ঞান, পশু বিজ্ঞান বিষয়ত P. Hd ২বছৰীয়া গৱেষণা আৰু উন্নয়নৰ অভিজ্ঞতা, লগতে নূন্যতম এখনি গৱেষণা গ্ৰন্থ চায়েন্স চাইটেচন ইন্দেছেদ (SCI) জাৰ্ণালত প্ৰকাশ কৰা হ'ব লাগিব।

# বিভিন্ন ধৰণৰ BSL2 আৰু BSL2 ধৰণৰ পেঠজেঞ্চ, আইচ'লেচন অফ পেঠজেঞ্চ, ডাইগ্নষ্টিক আছেয়ৰ উন্নয়নৰ অভিজ্ঞতা আৰু আণৱিক জীৱবিজ্ঞান প্ৰযুক্তি সমূহৰ লগত অভিজ্ঞ আৰু শক্তিশালী লেখা কৌশল থকা সমূহক প্ৰাধান্য দিয়া হ'ব।

 আৱেদন প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ বায়ডাতা আৰু প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব। লগতে গৱেষণা নিৰ্দেশক, এ. এ.ইউ. ৰ হিতাৰ্থে ৫০/- টকা/ ২৫)- টকা অনুসূচিত জনজাতি/ জাতিৰ বাবে IPO জমা কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

তাৰিখ : ২৩/১১/২০২১

সময় : পুৱা ১০: ০০বজা

# পূৰ্বে বায়ডাটা প্ৰেৰণ কৰক aadsmckhanapara@gmail.com লৈ।