চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়ত, পদখালী

Sentinel Digital Desk

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : যুৱ বিত্তিধাৰী ২

খালী পদৰ সংখ্যা : ০১

বয়স : বয়সৰ কোনো সীমাবদ্ধতা নাই

দৰমহা : ৩৫,০০০ টকা, মাহিলী

নিযুক্তিৰ স্থান : যোৰহাট, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৮/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৰেচমবিদ্যা বিষয়ত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহক অহা ১৮ ছেপ্টেম্বৰ তাৰিখে পুৱা ১০:০০ বজাৰ অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল।

সাক্ষাৎকাৰৰ অৱস্থান : মুখ্য অধ্যক্ষৰ কাৰ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

সাক্ষাৎকাৰৰ বাবে অহা সকলো প্ৰাৰ্থীকে প্ৰয়োজনীয় নথি পত্ৰ ( প্ৰকৃত ) লগত আনিবলৈ অনুৰোধ জনোৱা হ'ল।