চাকৰি

বৰপেটাৰ বিদেশী ন্যায়াধিকৰণত উচ্চবৰ্গৰ সহায়কৰ পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০ টকাৰ লগতে ৭,৪০০টকাৰ গ্ৰেড পে।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ১৮ ৰ পৰা ৪৪ বছৰৰ ভিতৰত হব লাগিব। অৱশ্যে চৰকাৰী নিয়মানুসৰি এছ চি-এছ টি, অবিচি/ এম অবিচি /শাৰিৰীকভাবে অক্ষম আৰু প্ৰাক্তন সৈনিক প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৭-২০২১।

নিযুক্তিৰ স্থান- বৰপেটা।

অৰ্হতাঃ নিম্নবৰ্গৰ সহায়ক বা পীঠৰ সহায়ক, যিসকলে ন্যূনতম সাত বছৰৰ সেৱা আগবঢ়াইছে। অথবা বিগদেশী ন্যায়াধিকৰণ বা আন কোনো চৰকাৰী বিভাগত ন্যূনতম ১২ বছৰৰ সেৱা আগবঢ়োৱা টাইপিষ্ট।

কাৰ্যালয়ৰ ঠিকনাঃ Address: Office of the Member, Foreigners' Tribunal 9th Barpeta, District Sports Association Building Barpeta, P.O.- Barpeta, P.S.- Barpeta, District- Barpeta, PIN-781301, Assam।

আবেদন জনোৱাৰ নিয়মঃ প্ৰাৰ্থীয়ে শৈক্ষিক অৰ্হতা, বয়স, অভিজ্ঞতা আদিৰ মাৰ্কশ্বিট, প্ৰমাণপত্ৰৰ স্ব-প্ৰত্যায়িত কপি আবেদন পত্ৰৰ সৈতে গাঁঠি দিব লাগিব। তদুপৰি প্ৰাৰ্থীয়ে শেহতীয়াকৈ তোলা নিজৰ তিনি কপি পাছপোৰ্ট ফটোও দিব লাগিব। ফটোকেইখনৰ পাছফালে প্ৰাৰ্থীয়ে স্বাক্ষৰ কৰিব লাগিব।

লিখিত পৰীক্ষা বা সাক্ষাতকাৰৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হব।