চাকৰি

ফৰেণচিক বিজ্ঞান সঞ্চালকালয়ত কনিষ্ঠ সহায়ক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০৪টা।

দৰমহাঃ ১৫ হেজাৰ টকাৰ পৰা ৪৯,০০০টকা আৰু ৮,৭০০টকাৰ গ্ৰেড পে।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ডিগ্ৰী। লগতে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ন্যূনতম ছমাহৰ কম্পিউটাৰ ডিপ্লমা বা চাৰ্টিফিকেট থাকিব লাগিব। এম এছ উইণ্ডোজ, লিনাক্স, এম এ চি আদিৰ দৰে ব্যৱস্থাত কাম কৰিব পাৰিব লাগিব।

আবেদন নিয়মঃ আবেদন Director, Directorate of Forensic Science, Assam, Kahilipara, Guwahati-781029- এই ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।