চাকৰি

অসমৰ ফৰেণচিক বিজ্ঞান সঞ্চালকালয়ৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital Desk

অসমৰ ফৰেণচিক ছায়েন্স সঞ্চালকালয়ে ৩৬ টা পদত বৈজ্ঞানিক সহকাৰী আৰু ৪ টা পদত কনিষ্ঠ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চাকৰি

বিৱৰণ

প্ৰয়োজনীয়তাৰ বিৱৰণ

পদৰ নাম

বৈজ্ঞানিক সহকাৰী আৰু কনিষ্ঠ সহায়ক। 

খালী পদ

বৈজ্ঞানিক সহকাৰীঃ ৩৬ টা আৰু কনিষ্ঠ সহায়কঃ ৪টা। 



বয়সৰ সীমা

০১-০১-২০২১ত ২১ ৰ পৰা ৪০ বছৰ। অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব। 

দৰমহা


নিযুক্তি

অসমত

অনলাইন আবেদনৰ অন্তিম তাৰিখ

২৯-১০- ২০২১ । 

শিক্ষাগত অৰ্হতাঃ বৈজ্ঞানিক সহকাৰী পদৰ বাবে ৰসায়ন বিজ্ঞানৰ বি এছ চি (কেটেগৰী -১), উদ্ভিদ বিজ্ঞানy/ প্ৰাণী বিজ্ঞান/  নৃতত্ব (কায়িক)ৰ বি এছ চি (কেটেগৰী-২) আৰু পদাৰ্থ বিজ্ঞান y/ ইলেক্ট্ৰনিকছ/ ইনষ্ট্ৰুমেণ্টেচন (কেটেগৰী-৩)-ৰ বি এছ চি।

কনিষ্ঠ সহায়ক পদৰ বাবে প্ৰাৰ্থী যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব। 

 আবেদনৰ নিয়মঃ অসম ৰাজপত্ৰত প্ৰকাশ পোৱা ষ্টেণ্ডাৰ্ড ফ'ৰ্মযোগে আবেদন পত্ৰ নিম্নোক্ত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব। 

Director,

Directorate of Forensic Science, Assam,

Kahilipara, Guwahati — 781018.