চাকৰি

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষ নিযুক্তি ২০২০

Sentinel Digital Desk

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষ নিযুক্তি ২০২০

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষই স্নাতক লাভ কৰা ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম - ব্যক্তিগত সচিব

পদৰ সংখ্যা- ১৫

দৰমহা - ৪৪,৯০০ ৰ পৰা ১,৪২,৪০০

বয়স - ৫৬ বছৰ

স্থান - গুৱাহাটী, কোছী আৰনাকুলাম, নতুন দিল্লী, গাজিয়াবাদ, চেন্নাই, মুম্বাই , কোছিন

অন্তিম তাৰিখ- ৩১-০৫-২০২০

ঠিকনা - Assistant Director (HR), FSSAI, FDA Bhawan, Kotla Road New Delhi.

অধিক জানিবৰ বাবে : click here