চাকৰি

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষৰ বিভিন্ন পদত নিযুক্তি ২০২০

Sentinel Digital Desk

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষৰ বিভিন্ন পদত নিযুক্তি ২০২০

পদৰ নাম - মেনেজাৰ, এডমিনিষ্ট্ৰেটিভ অফিচাৰ ,আৰু‌ বিভিন্ন পদত

পদৰ সংখ্যা -৫৯

দৰমহা- ৪৭,৬০০ ৰ পৰা ২,১৫,৯০০

স্থান - গুৱাহাটী , মুম্বাই , কোলকাতা, দিল্লী আদি ।

অন্তিম তাৰিখ -১২-০৬-২০২০

বয়স - ৫৬

ঠিকনা -Assistant Director (HR), FSSAI, FDA Bhawan, Kotla Road New Delhi.

বাচনি প্ৰক্ৰিয়া- লিখিত আৰু সাক্ষাৎকাৰ

অধিক জানিবৰ বাবে : click here