চাকৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ত পদখালী

Sentinel Digital Desk

গুৱাহাটী উচ্চতম ন্যায়ালয়ত জেষ্ঠ ব্যক্তিগত সহযোগী আৰু ন্যায়িক সহযোগীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জেষ্ঠ ব্যক্তিগত সহযোগী

খালী পদৰ সংখ্যা : ০২

বয়স : ৫০বছৰ

দৰমহা : ২২,০০০ - ৯৭,০০০ টকা, মাহিলী

পদৰ নাম : ন্যায়িক সহযোগী

পদৰ সংখ্যা : উল্লেখিত নহয়

বয়স : ৪০বছৰ

দৰমহা : ১৪,০০০ - ৬০,৫০০টকা, মাহিলী

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৬/১০/২০২১

আবেদনৰ মাছুল : SC/ STP/ STH : ১৫০টকা

PWD: নিল

বাকী সমূহ : ৩০০টকা

শিক্ষাগত অৰ্হতা :

• জেষ্ঠ ব্যক্তিগত সহযোগী : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী প্ৰাপ্ত হ'ব লাগিব।

• ন্যায়িক সহযোগী : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী প্ৰাপ্ত হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে অনলাইন যোগে, গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অফিচিয়েল ৱেবছাইটত দ্বাৰা নিজৰ আবেদন দাখিল কৰিব লাগিব।

ৱেবছাইট : ghconline.goc.in