চাকৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৱেষণা সহযোগী নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৪টা।

এই নিয়োগ উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানত হ'ব।

নিয়োজিত কৰিবলগীয়া প্ৰকল্পৰ নামঃ উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত আইন।

এই নিয়োগ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনত হ'ব। দৰমহাঃ মাহিলীঃ ২৫হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাভুক্ত প্ৰাৰ্থীকহে সাক্ষাত্কাৰলৈ মতা হ'ব। সাক্ষাতকাৰত অৱতীৰ্ণ হওঁতে প্ৰাৰ্থীক কোনো টি এ আৰু ডি এ প্ৰদান কৰা নহ'ব।

আবেদনঃ বিশদ বায়োডাটাসহ আবেদন lawresearch.ghc@gmail.comলৈ প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০ জুলাই, ২০২০। নিযুক্তি সম্পূৰ্ণৰূপে অস্থায়ী ভিত্তিক ৬ মাহৰ বাবে হ'ব।