চাকৰি

গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলত জুনিয়ৰ ৰিচাৰ্ছ ফেল’ৰ পদ খালী

Sentinel Digital Desk

গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলত জুনিয়ৰ ৰিচাৰ্ছ ফেল’ৰ পদ খালী

পদৰ নামঃ জুনিয়ৰ ৰিচাৰ্ছ ফেল’

অৰ্হতাঃ এম এম চি,এম এচ ডব্লিউ

খালী হৈ থকা পদৰ সংখ্যাঃ ০১

দৰমহাঃ ২৫০০০-৩০,০০০

অভিজ্ঞতাঃ ০-১

নিযুক্তিৰ ঠাইঃ গুৱাহাটী

আবেদনৰ শেষ তাৰিখঃ ১০/০৬/২০১৯