চাকৰি

হায়াট চিকিৎসালয়, গুৱাহাটীত, পদখালী

Sentinel Digital Desk

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : প্ৰবন্ধক

খালী পদৰ সংখ্যা : ০২

পদৰ নাম : ষ্টাফ সেৱিকা

খালী পদৰ সংখ্যা : ৩০

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৫/০৯/২০২১

আবেদন প্ৰক্ৰিয়া : ই- মেইল

শিক্ষাগত অৰ্হতা :

প্ৰবন্ধক : MBA/ ডিগ্ৰীধাৰী লগতে স্বাস্থ্য সেৱা অনুষ্ঠান/ চিকিৎসা অনুষ্ঠানত অভিজ্ঞ।

অভিজ্ঞতা : ৬ - ৭বছৰ

ষ্টাফ সেৱিকা : ইচ্ছুক প্ৰাৰ্থী B. Sc নাৰ্ছিং/ GNM ডিগ্ৰীধাৰী হ'ব লাগিব।

অভিজ্ঞতা : ১ - ২বছৰ

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ (বায়ডাটা) মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : recruitment@hayathospital.in

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ