চাকৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৱেষণা সহযোগী নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৪টা।

দৰমহাঃ মাহিলী ২৫হেজাৰ টকা।

আবেদনঃ বায়োডাটাসহ আবেদন lawresearch.ghc@gmail.comলৈ প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

নিযুক্তি অস্থায়ী ভিত্তিত ছমাহৰ বাবে হ'ব।

সবিশেষ জানিবলৈ http://ghconline.nic.in/Recruitment/Notification-26-06-2020.pdf চাওক।