চাকৰি

হোজাইৰ দুৰ্যোগ ব্যৱস্থাপনাত তথ্য সহকাৰী নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।

ইংৰাজী আৰু অসমীয়া কব আৰু লিখিবপৰা হ'ব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৭-২০২০।

আবেদন deoc.hojal@ gmail.comলৈ প্ৰেৰণ কৰিব পাৰিব।