ভাৰতীয় কৰ্ষণ বিজ্ঞান সন্থা (IACS)-এ গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদৰ নামঃ গৱেষণা সহযোগী।
পদঃ বিভিন্ন।
নিয়ুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।
দৰমহাঃ IACS-ৰ নিয়ম অনুসৰি।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-১০-২০২১।
বয়সৰ সীমাঃ তথ্য উপলব্ধ নহয়।
ৱেবছাইটঃ http://iacs.res.in/index/index.html।
শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞানৰ পি এইচ ডি। তদুপৰি synthetic porphyrin chemistry, mechanistic investigations using electrochemical methods-ত অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ নিয়মঃ আবেদন পত্ৰ অহা ২৫ অক্টোবৰৰ ভিতৰত পোৱাকৈ প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ icad@iacs.res.in-লৈ প্ৰেৰণ কৰিব লাগিব।
সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।