চাকৰি

IASST-গুৱাহাটীত নিৰাপত্তা বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

অৰ্হতাঃ সহকাৰী কমাণ্ডেণ্টতকৈ কম পদবীৰ নোহোৱা চি আৰ পি এফৰ অৱসৰপ্ৰাপ্ত বিষয়া।

বয়সৰ সীমাঃ ৬২ বছৰ।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৭-২০২১।

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।

আবেদনৰ নিয়মঃ ইচ্ছ্যুক অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰ-পত্ৰৰ জৰিয়তে বিচৰা নথি-পত্ৰৰ কপিসহ আবেদন পত্ৰ Registrar, IASST, Paschim Boragaon, Garchuk, Guwahati–35- এই ঠিকনালৈ অন্তিম তাৰিখৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব পাৰে।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। সাক্ষাতকাৰলৈ অহাৰ বাবে কোনো টি এ-ডি এ প্ৰদান কৰা নহব। কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ যিকোনো আবেদন পত্ৰ নাকচ কৰ্তৃত্ব IASST-ৰ আছে।