চাকৰি

৩,৬২৪টা পদৰ বাবে আই বি পি এছৰ আবেদন আহ্বান

Sentinel Digital Desk

পদৰ নামঃ কাৰ্যালয় সহায়ক।

বয়সৰ সীমাঃ ১৮ৰ পৰা ২৮বছৰ। ইয়াৰ অৰ্থ হৈছে প্ৰাৰ্থীৰ জন্ম ১৯৯২ৰ ০২ জুলাইৰ পূৰ্বে আৰু ২০০২ৰ ০১ৰ জুলাইৰ পাছত হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.ibps.in/wp-content/uploads/AdvtCRPRRB_IX.pdf চাওক।