চাকৰি

বিষয়া নিযুক্তিৰ বাবে আই বি পি এছৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৩,৮০০টা।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

বয়সৰ সীমাঃ ১৮ৰ পৰা ৩৮বছৰৰ ভিতৰত। প্ৰাৰ্থীৰ জন্ম ০৩-০৭-১৯৯০ৰ পূ্ৰ্বে আৰু ৩০-০৬-২০২০ৰ পাছত হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১-০৭-২০২০।

সবিশেষ জানিবলৈ https://ibpsonline.ibps.in/rrb9as1jun20/ চাব পাৰে।