চাকৰি

নেচনেল ৰিচাৰ্চ চেণ্টাৰ অন পিগ, গুৱাহাটীত নিযুক্তি ২০২০

Sentinel Digital Desk

নেচনেল ৰিচাৰ্চ চেণ্টাৰ অন পিগ, গুৱাহাটীত নিযুক্তি ২০২০

নেচনেল ৰিচাৰ্চ চেণ্টাৰ অন পিগ, গুৱাহাটীত ইচ্ছুক প্ৰাৰ্থীৰ পৰা ৱাক্-ইন- ইণ্টাৰভিউৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: যুৱা পেশাদাৰী

শিক্ষাগত অৰ্হতা: বাণিজ্য শাখাত স্নাতকোত্তৰ

প্ৰাৰ্থীসকলে তেওঁলোকৰ চি ভি সমূহৰ সৈতে পাছপোৰ্ট ফটোসহ প্ৰয়োজনীয় নথিপত্ৰ সমূহ সাক্ষাৎকাৰ দিনা দেখুৱাব লাগিব।

ঠিকনা: NATIONAL RESEARCH CENTRE ON PIG RANI, GUWAHATI-781131(ASSAM) Phone/Fax-0361-2847195/946

E mail:nrconpig@rediffmail.com

ৱাক্-ইন-ইন্টাৰভিউ তাৰিখ:০৪/০৩/২০২০, ৰাতিপুৱা ১১:৩০ বজাত

সৱিশেষ জানিবলৈ: Click here