চাকৰি

ICAR-ৰ ছিকিম কেন্দ্ৰত ০২ প্ৰকল্প সহকাৰীৰ পদখালী

Sentinel Digital Desk


ভাৰত চৰকাৰৰ কৃষি গৱেষণা আৰু জ্ঞান বিভাগ ( কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰালয়)-ৰ অধীনত স্থাপিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ এটা স্বায়ত্ত্ব অনুষ্ঠান। সামাজিক পঞ্জীয়ন অধিনিয়ম ১৮৬০ৰ অধীনত এখনি পঞ্জীয়ক সমাজ ৰূপে পূৰ্বে এই অনুষ্ঠানৰ নাম আছিল কৃষি গৱেষণা ৰাজকীয় পৰিষদ (Imperial Council of Agricultural Research), আৰু ইয়াক প্ৰতিস্থাপন কৰা হৈছিল ১৯২৯চনৰ ১৬জুলাই তাৰিখে। এই অনুষ্ঠানৰ মূখ্য কাৰ্যালয় স্থিত নতুন দিল্লীত। এই অনুষ্ঠানে কৃষি বিভাগীয় ভিন্ন বিভাগ যে উদ্ভিদ বিজ্ঞান, মৎস্য বিভাগ আৰু পশু বিজ্ঞান বিষয়ক কেন্দ্ৰ কৰি কাৰ্যনিৰ্বাহ কৰে।

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ চাকৰিৰ অধিসূচনা :

ভাৰতীয় কৃষি গৱেষণা পৰিষদ ছিক্কিমত, উপযুক্ত প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰকল্প সহকাৰী

খালী পদৰ সংখ্যা : ০২টা

বয়স : অধিকতম ২৮বছৰ (মহিলা/ SC/ST/ OBC লৈ নিয়মাৱলী অনুসৰি বয়সৰ ৰেহাই)

দৰমহা : ১০,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান : ছিক্কিম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১২/১১/২০২১

শিক্ষাগত অৰ্হতা :

কৃষি/ উদ্ভিদ বিজ্ঞান/ জীৱ বিজ্ঞান বিষয়ত B. SC

আকাংক্ষিত:

কৃষি/ উদ্ভিদ বিজ্ঞান/ জীৱ বিজ্ঞান বিষয়ত M. SC আৰু শাক - পাচলি শস্যৰ সৈতে কৰ্ম অভিজ্ঞতা।

আবেদনৰ প্ৰক্ৰিয়া :

প্ৰাৰ্থী সকলে নিজৰ বায়ডাটা, প্ৰয়োজনীয় নথি পত্ৰ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ সমূহৰ প্ৰকৃত প্ৰতিলিপি এটি ঠিকনা সহ নিৰ্দেশক, ICAR ছিক্কিম কেন্দ্ৰ, টাদং, গেংটক - ৭৩৭১০২ ত আহি উপস্থিত হ'ব লাগিব। আবেদনত যোগ কৰিব নিজ স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ আৰু পাছপৰ্ট ফটো।

বাছনি প্ৰক্ৰিয়া :

ৱাক- ইন সাক্ষাৎকাৰ, ১২নৱেম্বৰ ২০২১, পুৱা ১০:৩০বজাৰ পৰা। সংযোগী - সঞ্চালকালয়ৰ কাৰ্য্যালয়, ICAR ছিক্কিম কেন্দ্ৰ, টাদং, গেংটক - ৭৩৭১০২