চাকৰি

আই চি আই চি আই বেংকৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি

Sentinel Digital Desk

বিশ্ব বেংকৰ উদ্যোগত ১৯৫৫ত স্থাপিত বৃহত্ ব্যক্তিগত বেংক আই চি আই চি আই বেংকে প্ৰবেচনাৰী বিষয়া নিযুক্তিৰ বাবে আবেদন আবেদন বিচাৰিছে। 

পদৰ নামঃ প্ৰবেচনাৰী বিষয়া। 

বয়সৰ সীমাঃ ১ আগষ্ট, ২০২১ত সৰ্বোচ্চ ২৭ বছৰ।  প্ৰাৰ্থীৰ জন্ম ১৯৯৪ৰ ১ আগষ্টত বা তাৰ পাছত হব লাগিব। 

দৰমহাঃ আই চি আই চি আই বেংকৰ নিয়মানুসৰি। 

আবেদনৰ নিয়মঃ অনলাইন। 

নিযুক্তিৰ স্থানঃ গুৱাহাটী। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১০-২০২১। 

ৱেবছাইটঃ  Website www.icicibank.com

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক। 

প্ৰাৰ্থীয়ে www.icicibank.com-এই ৱেবছাইটৰ পৰা আবেদন জনাব পাৰে। 

সাক্ষাতকাৰ আৰু মেধা তালিকাৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।