চাকৰি

আই চি এম আৰৰ আঞ্চলিক মেডিকেল গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী নিযুক্তি

Sentinel Digital Desk

পদৰ নামঃ বিজ্ঞানী-বি(চিকিত্সা)

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৬৬,২৫০টকাৰ লগতে ২০ শতাংশ ঘৰ ভাড়া। বয়সৰ সীমাঃ ৩৫ বছৰতকৈ অধিক হব নালাগিব। নিযুক্তিৰ স্থানঃ গোৰখপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

আবেদনৰ নিয়মঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হ'ব। আৰ এম আৰ চিৰ ৱেবছাইট http://rmrcgkp.icmr.org.in-ত প্ৰয়োজনীয় তথ্য পাব। আবেদন অহা ১৫ আগষ্টৰ বিয়লি ৫ বজাৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব।

সাক্ষাতকাৰঃ অনলাইন সাক্ষাতকাৰ অনুষ্ঠিত কৰা হ'ব।