চাকৰি

চিকিত্সা বিষয়া নিযুক্তিৰ বাবে আইডিবিআই বেংকৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ভাৰতীয় চিকিত্সা পৰিষদৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানৰ পৰা এমডি / এমবিবিএছ ডিগ্ৰীধাৰী হব লাগিব। এম বি বি এছ ডিগ্ৰীধাৰীসকলৰ জেনেৰেল প্ৰেক্টিচনাৰৰূপে কাম কৰাৰ ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অৱশ্যে ইণ্টাৰ্ণশ্বিপৰ অভিজ্ঞতা গণ্য কৰা নহ'ব।

দৰমহাঃ প্ৰতিঘণ্টাত এহেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৭-২০২১।

ৱেবছাইটঃ https://www.idbibank.in/index.asp

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ নিয়মঃ অফলাইন।

প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদন অহা ৭ জুলাইৰ বিয়লি ৪ বজাৰ ভিতৰত পোৱাকৈ he General Manager, IDBI Bank, 21st Floor, IDBI Tower, Cuffe Parade, Colaba, Mumbai- 400005 on or before 4:00 PM on 7th July 2021লৈ প্ৰেৰণ কৰিব পাৰে।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।